মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ

কাৰ্য্যালয় সংক্ৰান্তত বিদেশ ভ্ৰমণ
তাৰিখজাননী নংবিষয়
১৬/১১/২০১৭No.AAP.152/2014/54ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড° কে কে দ্বিবেদী, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী আশুতোষ অগ্নিহোত্ৰি আৰু অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰীমতী নীৰা দৌলাগুপুৰ কাৰ্য্যালয় সংক্ৰান্তীয় বিদেশ ভ্ৰমণ।
২৫/১০/২০১৭No.AAP.554/2015/45ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্ৰী অজয় তিৱাৰী, ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ড° জে বি এক্কা আৰু ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্ৰীমতী কৃষ্ণ গোহাঞি কাৰ্য্যালয় সংক্ৰান্তীয় বিদেশ ভ্ৰমণ।
২৫/৯/২০১৭No.AAP290/2016/25ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্ৰী ললিত গগৈৰ বিদেশ দৰ্শন।
১৫/৫/২০১৭No.AAP554/2015/40ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী অজয় তিৱাৰী, ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ড° জে বি এক্কা আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীমতী কৃষ্ণ গোহাঞিৰ বিদেশ ভ্ৰমণ।
২৭/২/২০১৭No.AAP290/2016/14ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰী ৰমেশ চন্দ জৈন আৰু অসম অসামৰিক সেৱাৰ বিষয়া শ্ৰীমতী অনামিকা তিৱাৰীৰ বিদেশ ভ্ৰমণ।

পুৰণি ফাইলসমূহৰ বাবে, ইয়াত ক্লিক কৰক।