পাৰশ্যন্যাল বিভাগৰ অধীনত দুটি কাৰ্য্যালয় আছে-
অসম লোকসেৱা আয়োগৰ প্ৰধান কাৰ্য্যসমূহ ভাৰতীয় সংবিধানৰ আৰটিকল ৩২০ অনুসৰি নিৰ্ধাৰিত হয়। অসম লোকসেৱা আয়োগৰ প্ৰধান কাৰ্য্যসমূহৰ ভিতৰত আছে-
ৱেবচাইট: http://apsc.nic.in/
অসম প্ৰশাসনিক আইন ১৯৭৭ ৰ ধাৰাৰ অধীনত অসম প্ৰশাসনিক ন্যায়াধিকৰণ স্থাপন কৰা হয়। চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ দ্বাৰা লাভ কৰা হোৱা ন্যায় বিচাৰসমূহ ক্ষিপ্ৰ গতিত কৰ্মচাৰীসকলে লাভ কৰাত ই অৰিহণা আগবঢ়ায়। অসম প্ৰশাসনিক ন্যায়াধিকৰণ আইন ১৯৭৭ য়ে চৰকাৰী কৰ্মচাৰীৰ সেৱা প্ৰদান সম্পৰ্কীয় বিষয়সমূহ বিচাৰ কৰাত অসামৰিক আদালতসমূহক বাধা দিয়ে। ট্ৰিবিউন্যালে অৰ্ডাৰৰ বিপৰীতে উত্থাপন কৰা আপীলসমূহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰত বিচাৰৰ বাবে ৰখা হয়। ৰিপোৰ্টিঙৰ সময়ছোৱাত চৰকাৰী কৰ্মচাৰীৰ সেৱা সম্পৰ্কীয় মুঠ ৮৮ টা মোকৰ্দমা ন্যায়াধিকৰণে নিষ্পত্তি কৰে।
অসম প্ৰশাসনিক ন্যায়াধিকৰণ (AAT)
ৰাজগড় পথ
সৎসংগ বিহাৰ, ভঙাগড়,
গুৱাহাটী, অসম ৭৮১ ০০৫